আন এটা মিছাইলৰ সফল পৰীক্ষা সম্পন্ন ভাৰতৰ

0
13

আন এটা মিছাইলৰ সফল পৰীক্ষা সম্পন্ন ভাৰতৰ

ষ্টাফ ৰিপৰ্টাৰ , দুৰ্নীতিৰ দৰ্পণ , ২২ জুলাইঃ প্রধানমন্ত্রী নৰেন্দ্র মোদীৰ আত্মনির্ভৰ ভাৰত কার্যসূচীক অধিক শক্তিশালী ৰূপ প্রদান কৰি আজি প্রতিৰক্ষা গৱেষণা আৰু উন্নয়ন সংস্থা (ডিআৰডি’)ই সফলতাৰে পৰীক্ষা সম্পন্ন কৰি মেন পর্টেব’ল এণ্টি-টেংক গাইডেড মিছাইল (এমপিএটিজিএম)ৰ ৷ ডিআৰডি’ৰ তৰফৰ পৰা এক বিবৃতিত সদৰী কৰা হৈছে তথ্য ৷ এই এণ্টি টেংক মিছাইলে স্থলসেনাৰ শক্তি অধিক বৃদ্ধি কৰিব বুলি বিবৃতিটোত উল্লেখ কৰা হৈছে ৷ লক্ষণীয়ভাৱে ভাৰতৰ নিজস্ব প্রযুক্তিৰে নির্মাণ কৰা হৈছে এই এণ্টি টেংক মিছাইল ৷

LEAVE A REPLY

Please enter your comment!
Please enter your name here