শনি-ৰবিবাৰ সম্পূৰ্ণ লকডাউনৰ ঘোষণা কেৰেলাত , দৈনিক তিনি লাখ নমুনা পৰীক্ষাৰ নিৰ্দেশ

0
11

শনি-ৰবিবাৰ সম্পূৰ্ণ লকডাউনৰ ঘোষণা কেৰেলাত , দৈনিক তিনি লাখ নমুনা পৰীক্ষাৰ নিৰ্দেশ

ষ্টাফ ৰিপৰ্টাৰ, দুৰ্নীতিৰ দৰ্পণ , ২১ জুলাইঃ চলিত সপ্তাহৰ শেষৰ ২৪ আৰু ২৫ জুলাই অৰ্থাৎ অহা শনি আৰু ৰবিবাৰত সম্পূৰ্ণ লকডাউনৰ ঘোষণা কৰিছে কেৰেলাৰ চৰকাৰে । কেৱল সেইয়াই নহয় দৈনিক নমুনা পৰীক্ষাৰ সংখ্যাও বঢ়াই দিয়াৰ নিৰ্দেশ দিয়া হৈছে । কেৰেলাৰ চৰকাৰে জনাইছে যে , ১২ আৰু ১৩ জুনত যেনেকৈ সম্পূৰ্ণ লকডাউন ঘোষণা কৰা হৈছিল,তেনেকৈয়ে ২৪ আৰু ২৫ জুলাইত সম্পূৰ্ণ লকডাউন ঘোষণা কৰা হৈছে আৰু তাৰ লগতে সংক্ৰমণ অনুযায়ী প্ৰতিটো জিলাত মাইক্ৰ কণ্টেনমেণ্ট জোন তৈয়াৰ কৰাৰ নিৰ্দেশ দিয়া হৈছে জিলা প্ৰশাসনক ।

LEAVE A REPLY

Please enter your comment!
Please enter your name here