কোনে ক’ৰ পৰা জিকিল, ১২৬ টা বিধানসভা সমষ্টিৰ সম্পূর্ণ তালিকা৷

ছাদিকুজ জামান,মোৰাঝাৰ ::সদ্য ঘোষিত অসম বিধানসভা ২০২১ৰ নির্বাচনৰ ফালাফল৷ ফলাফল অনুসৰি প্ৰত‍্যেকটো দলে লাভ কৰা আসনৰ সংখ‍্যা হ’ল— বিজেপি— ৬০, কংগ্ৰেছ— ২৯, অগপ— ৯, AIUDF— ১৬, UPPL— ৬, BFP— ৪, ৰাইজৰ দল—১, CPI(M)— ১ । জয়লাভ কৰা প্ৰার্থীসমূহ হ’ল—

1) ৰাতাবাৰী— বিজয় মালাকাৰ, বিজেপি

2) পাথাৰকান্দি— কৃষ্ণেন্দু পাল, বিজেপি

3) উত্তৰ কৰিমগঞ্জ— কমলাক্ষ দে পুৰকায়স্থ, কংগ্ৰেছ

4) দক্ষিণ কৰিমগঞ্জ— ছিদ্দিক আহমেদ, কংগ্ৰেছ

5) বদৰপুৰ— আব্দুল আজিজ, AIUDF

6) হাইলাকান্দি— জাকিৰ হুছেইন লস্কৰ, AIUDF

7) কাটলিচেৰা— ছুজামুদ্দিন লস্কৰ, AIUDF

8) আলগাপুৰ— নিজামুদ্দিন চৌধুৰী, AIUDF

9) শিলচৰ— দ্বিপায়ন চক্ৰৱৰ্তী, বিজেপি

10) সোণাই— কৰিম উদ্দিন বৰভূঞা, AIUDF

11) ঢলাই— পৰিমল শুক্লবৈদ্য, বিজেপি

12) উদাৰবন্দ— মিহিৰকান্তি ছুম, বিজেপি

13) লক্ষীপুৰ— কৌশিক ৰায়, বিজেপি

14) বৰখলা— মিছবাহুল ইছলাম লস্কৰ, কংগ্ৰেছ

15) কাটিগড়া— খলিলুদ্দিন বৰভূঞা, কংগ্ৰেছ

16) হাফলং— নন্দিতা গাৰলোছা, বিজেপি

17) বোকাজান— নোমল মোমিন, বিজেপি

18) হাওৰাঘাট— দৰছিং ৰংহাং, বিজেপি

19) ডিফু— বিদ্যাছিং ইংলেং , বিজেপি

20) বৈঠালাংছ’— ৰূপছিং টেৰণ, বিজেপি

21) মানকাচৰ— আমিনুল ইছলাম, AIUDF

22) দক্ষিণ শালামাৰা— ৱাজেদ আলী চৌধুৰী, কংগ্ৰেছ

23) ধুবুৰী— নজৰুল হক, AIUDF

24) গৌৰীপুৰ— মিজানুৰ ৰহমান, AIUDF

25) গোলকগঞ্জ— আব্দুছ সোবাহান আলী সৰকাৰ, কংগ্ৰেছ

26) পশ্চিম বিলাসীপাৰা—হাফিজ বছিৰ কাছিমী, AIUDF

27) পূব বিলাসীপাৰা—ছামছুল হুদা, AIUDF

28) গোসাঁইগাঁও— মাজেন্দ্ৰ নাৰ্জাৰী, BPF

29) পূব কোকাৰাঝাৰ— লৰেন্স ইছলাৰী, UPPL

30) পশ্চিম কোকৰাঝাৰ—ৰবিৰাম নাৰ্জাৰী, BPF

31) ছিদলি— জয়ন্ত বসুমতাৰী, UPPL

32) বঙাইগাঁও— ফণীভূষণ চৌধুৰী, অগপ

33) বিজনী— অজয় কুমাৰ ৰয়, বিজেপি

34) উত্তৰ অভয়াপুৰী—আব্দুল বাতেন খণ্ডকাৰ, কংগ্ৰেছ

35) দক্ষিণ অভয়াপুৰী— প্ৰদীপ সৰকাৰ, কংগ্ৰেছ

36) দুধনৈ— যাদৱ স্বৰ্গীয়াৰী, কংগ্ৰেছ

37) পূব গোৱালপাৰা— আবুল কালাম ৰশিদ আলম, কংগ্ৰেছ

38) পশ্চিম গোৱালপাৰা— আব্দুৰ ৰশিদ মণ্ডল, কংগ্ৰেছ

39) জলেশ্বৰ— আফতাবুদ্দিন মোল্লা, কংগ্ৰেছ

40) সৰভোগ— মনোৰঞ্জন তালুকদাৰ, CPIM

42) ভৱানীপুৰ— ফণী তালুকদাৰ, AIUDF

42) পাটাছাৰকুছি— ৰঞ্জিত দাস, বিজেপি

43) বৰপেটা— আব্দুৰ ৰহিম আহমেদ, কংগ্ৰেছ

44) জনীয়া— হাফিজ ৰফিুকুল ইছলাম, AIUDF

45) বাঘবৰ— শ্বেৰমান আলী, কংগ্ৰেছ

46) সৰুক্ষেত্ৰী— জাকিৰ হুছেইন সিকদাৰ, কংগ্ৰেছ

47) চেঙা— আশ্ৰাফুল হুছেইন, AIUDF

48) বকো— নন্দিতা দাস, কংগ্ৰেছ

49) ছয়গাঁও— ৰেকিবুদ্দিন আহমেদ, কংগ্ৰেছ

50) পলাশবাৰী— হেমাংগ ঠাকুৰীয়া, বিজেপি

51) জালুকবাৰী— হিমন্ত বিশ্ব শৰ্মা, বিজেপি

52) দিছপুৰ— অতুল বৰা, বিজেপি

53) পূব গুৱাহাটী— সিদ্ধাৰ্থ ভট্টাচাৰ্য, বিজেপি

54) পশ্চিম গুৱাহাটী—ৰমেন্দ্ৰ নাৰায়ণ কলিতা, অগপ

55) হাজো— সুমন হৰিপ্ৰিয়া, বিজেপি

56) কমলপুৰ— দিগন্ত কলিতা, বিজেপি

57) ৰঙিয়া— ভৱেশ কলিতা, বিজেপি

58) তামুলপুৰ— লেহোৰাম বড়ো, UPPL

59) নলবাৰী— জয়ন্ত মল্ল বৰুৱা, বিজেপি

60) বৰক্ষেত্ৰী—দিগন্ত বৰ্মন, কংগ্ৰেছ

61) ধৰ্মপুৰ— চন্দ্ৰমোহন পাটোৱাৰী, বিজেপি

62) বৰমা— ভূপেন বড়ো, UPPL

63) চাপাগুৰি— ইউ জি ব্ৰহ্ম, UPPL

64) পানেৰী— বিশ্বজিত দৈমাৰী, বিজেপি

65) কলাইগাঁও—দুৰ্গাদাস বড়ো, BPF

66) ছিপাঝাৰ— পৰমানন্দ ৰাজবংশী, বিজেপি

67) মঙলদৈ— বসন্ত দাস, কংগ্ৰেছ

68) দলগাঁও— মজিবুৰ ৰহমান, AIUDF

69) উদালগুৰি— গোবিন্দ বসুমতাৰী, UPPL

70) মাজবাট— চৰণ বড়ো, BPF

71) ঢেকীয়াজুলি— অশোক সিংঘাল, বিজেপি

72) বৰছলা— গণেশ লিম্বু, বিজেপি

73) তেজপুৰ—পৃথ্বীৰাজ শ্বাহা, অগপ

74) ৰঙাপাৰা— কৃষ্ণকমল তাঁতী, বিজেপি

75) চতিয়া—পদ্ম হাজৰিকা, বিজেপি

76) বিশ্বনাথ—প্ৰমোদ বৰঠাকুৰ, বিজেপি

77) বিহালী—ৰঞ্জিত দত্ত, বিজেপি

78) গহপুৰ—অমিয় কুমাৰ ভূঞা, বিজেপি

79) জাগীৰোড— পীযুষ হাজৰিকা, বিজেপি

80) মৰিগাঁও— ৰমাকান্ত দেউৰী, বিজেপি

81) লাহৰীঘাট— আছিফ মহম্মদ নাজাৰ, কংগ্ৰেছ

82) ৰহা— শশীকান্ত দাস, কংগ্ৰেছ

83) ধিং—আমিনুল ইছলাম, AIUDF

84) বটদ্ৰৱা— শিৱামণি বৰা, কংগ্ৰেছ

85) ৰূপহীহাট— নুৰুল হুদা, কংগ্ৰেছ

86) নগাঁও—ৰূপক শৰ্মা, বিজেপি

87) বঢ়মপুৰ— জিতু গোস্বামী, বিজেপি

88) চামগুৰি— ৰকিবুল হুছেইন, কংগ্ৰেছ

89) কলিয়াবৰ— কেশৱ মহন্ত, অগপ

90) যমুনামুখ— ছিৰাজুদ্দিন আজমল, AIUDF

91) হোজাই— ৰামকৃষ্ণ ঘোষ, বিজেপি

92) লামডিং—শিবু মিশ্ৰ, বিজেপি

93) বোকাখাত— অতুল বৰা, অগপ

94) সৰুপথাৰ—বিশ্বজিত ফুকন, বিজেপি

95) গোলাঘাট— অজন্তা নেওগ, বিজেপি

96) খুমটাই— মৃণাল শইকীয়া, বিজেপি

97) দেৰগাঁও— ভৱেন ভড়ালী, অগপ

98) যোৰহাট— হিতেন্দ্ৰনাথ গোস্বামী, বিজেপি

99) মাজুলী— সৰ্বানন্দ সোণোৱাল, বিজেপি

100) তিতাবৰ— ভাস্কৰজ্যোতি বৰুৱা, কংগ্ৰেছ

101) মৰিয়নী— ৰূপজ্যোতি কুৰ্মী, কংগ্ৰেছ

102) টীয়ক— ৰেণুপমা ৰাজখোৱা, অগপ

103) আমগুৰি— প্ৰদীপ হাজৰিকা, অগপ

104) নাজিৰা— দেৱব্ৰত শইকীয়া, কংগ্ৰেছ

105) মাহমৰা— যোগেন মহন, বিজেপি

106) সোণাৰি— ধৰ্মেশ্বৰ কোঁৱৰ, বিজেপি

107) থাওৰা— সুশান্ত বৰগোঁহাই, কংগ্ৰেছ

108) শিৱসাগৰ— অখিল গগৈ, ৰাইজৰ দল

109) বিহপুৰীয়া— অমিয় কুমাৰ ভূঞা, বিজেপি

110) নাওবৈচা— ভৰত নৰহ, কংগ্ৰেছ

111) লখিমপুৰ— মানৱ ডেকা, বিজেপি

112) ঢকুৱাখনা— নৱ দলে, বিজেপি

113) ধেমাজি— ৰণোজ পেগু, বিজেপি

114) জোনাই— ভূবন পেগু, বিজেপি

115) মৰাণ— চক্ৰধৰ গগৈ, বিজেপি

116) ডিব্ৰুগড়—প্ৰশান্ত ফুকন, বিজেপি

117) লাহোৱাল— বিনোদ হাজৰিকা, বিজেপি

118) দুলীয়াজান— তেৰছ গোৱালা, বিজেপি

119) টিংখাং— বিমল বৰা, বিজেপি

120) নাহৰকটীয়া— তৰংগ গগৈ, বিজেপি

121) চাবুৱা— পোণাকন বৰুৱা, অগপ

122) তিনিচুকীয়া— সঞ্জয় কিষাণ, বিজেপি

123) ডিগবৈ— বিজেপি

124) মাৰ্ঘেৰিটা— ভাস্কৰ শৰ্মা, বিজেপি

125) ডুমডুমা—ৰূপেশ গোৱালা, বিজেপি

126) শদিয়া—বলীন চেতিয়া, বিজেপি

LEAVE A REPLY

Please enter your comment!
Please enter your name here