গড়া খহনীয়াৰ সৃষ্টি হৈছে নেকি গোলাঘাট জিলা ছাত্ৰ সন্থাত , বহু সংখ্যক ছাত্ৰ নেতাৰ অসম ছাত্ৰ পৰিষদত যোগদান

0
13

গড়া খহনীয়াৰ সৃষ্টি হৈছে নেকি গোলাঘাট জিলা ছাত্ৰ সন্থাত , বহু সংখ্যক ছাত্ৰ নেতাৰ অসম ছাত্ৰ পৰিষদত যোগদান

দুৰ্ণীতিৰ দৰ্পণ সেৱা , বিনোদ কুমাৰ নাথ , গোলাঘাটৰ প্ৰতিবেদন , ১১ জুন : সঁচাকৈ গড়া খহনীয়াৰ সৃষ্টি হৈছে গোলাঘাট জিলা ছাত্ৰ সন্থাত । শূন্য হোৱাৰ দিশে নেকি গোলাঘাট জিলা ছাত্ৰ সন্থাৰ মজিয়া । অসম গণ পৰিষদৰ নীতি আদৰ্শৰ প্ৰতি আকৃষ্ট হৈ আজি জিলা ছাত্ৰ সন্থাৰ বহু সংখ্যক সদস্যই যোগদান কৰাা দৃষ্টি গোচৰ হয় অসম গণ পৰিষদৰ ঔৰসত জন্ম লাভ কৰা অসম ছাত্ৰ পৰিষদত ৷ অসমৰ কৃষি মন্ত্ৰী তথা অসম গণ পৰিষদৰ সভাপতি অতুল বৰাৰ উপস্থিতিত গোলাঘাট অসম গণ পৰিষদৰ মুখ্য কাৰ্য্যালয়ত আজি যোগদান কৰে যথেষ্ট সংখ্যক ছাত্ৰ নেতাই ৷

LEAVE A REPLY

Please enter your comment!
Please enter your name here