জয়ৰ তিলক লগায়েই সমষ্টি বাসী ৰাইজৰ সন্মূখত খুমটাইৰ বিধায়ক মৃণাল শইকীয়া

0
13

জয়ৰ তিলক লগায়েই সমষ্টি বাসী ৰাইজৰ সন্মূখত খুমটাইৰ বিধায়ক মৃণাল শইকীয়া

দুৰ্নীতিৰ দৰ্পণ সেৱা , বিনোদ কুমাৰ নাথ , গোলাঘাট , ৩ মে’: কৰুণাহে কৰুণা , কৰুণাৰ মাজতে ভোটগণনা ৷ আৰু বিপূল ভোটত জয়যুক্ত হৈয়েই আজি ৩ মে’ত খুমটাই সমষ্টিৰ বিধায়ক মৃণাল শইকীয়াক দেখা গ’ল তেওৰ নিজা সমষ্টি ৩ নং ভোলাগুৰিৰ অঞ্চলৰ ৰাইজৰ মাজত ৷ বিধায়কজনে কোৱা মতে প্ৰতি বাৰ ভোটগ্ৰহণৰ অন্তত তেখেতক সৰ্বোচ্চ ভোটদানেৰে ভোটদান কৰি জয়ী হৈ পুণৰ ৰাইজৰ হ’কে উন্নয়ণৰ হ’কে কাম কৰাত অৰিহনা যোগোৱা অঞ্চলটোত প্ৰথম পুৰস্কাৰ হিচাপে ৫০০০০ টকাৰ দিয়া হয় ৷ সেইমৰ্মে এইবাৰ নিৰ্বাচনত ৩ নং ভোলাগুৰিৰ ৰাইজে সকলো সমষ্টিৰ ভিতৰত সৰ্বোচ্চ ভোটদান কৰি তেখেতক জয়ী কৰোৱাৰ বাবে উক্ত ৫০০০০ পুৰস্কাৰ উক্ত অঞ্চলৰ স্থানীয় বাসিন্দা সকলে পাব বুলি ঘোষণা কৰে ৷

LEAVE A REPLY

Please enter your comment!
Please enter your name here