নায়েৰ আলগাত গৰু আটক

0
13

নায়েৰ আলগাত গৰু আটক

দুৰ্নীতিৰ দৰ্পণ সেৱা , নায়েৰ আলগা , ১২ জুনঃ বিলাসীপাৰা আৰক্ষী থানাৰ অন্তৰ্গত নায়েৰ আলগা আৰক্ষীয়ে গৰু ব্যৱসায়ীৰ ২৩ টাকৈ দেশী গৰু আটক কৰে ৷ উক্ত বিষয়ে নায়েৰ আলগা আৰক্ষী চকীৰ ভাৰ প্ৰাপ্ত বিষয়া সহ আৰক্ষীৰ দলে বয়জেৰ আলগাৰ পৰা ২৩ টাকৈ দেশী গৰু আটক কৰে ৷ উল্লেখ্য আছে যে , স্থানীয় কিছুমান ব্যৱসায়ীয়ে বিভিন্ন সাপ্তাহিক বজাৰৰ পৰা গৰু ক্ৰয় কৰি আন আন বজাৰলৈ লৈ যাওঁতে বয়জেৰ আলগা পঞ্চম খণ্ডৰ পৰা গৰু আটক কৰি নিয়ে ৷ গৰুবোৰ গুটি পাৰা আমিৰ উদদিনৰ ঘৰত ৰখা বুলি জানিব পৰা গৈছে ৷

LEAVE A REPLY

Please enter your comment!
Please enter your name here