বৰপেটাৰ উপায়ুক্ত মুনীন্দ্ৰ শৰ্মাৰ ক’ভিড পজিটিভ

দুৰ্নীতিৰ দৰ্পণ সেৱা, চৈয়দ আফতাদ হুছেইন, বৰপেটা-জাহোৰপাম, ২ মে’: বৰপেটা জিলাৰ উপায়ুক্ত মুনীন্দ্ৰ শৰ্মা ক’ভিড প’জিটিভ বুলি জানিব পৰা গৈছে৷ বৰপেটা মেডিকেল কলেজ হস্পিতালত নিশা ক’ভিড পৰীক্ষা কৰা হৈছিল। ক’ভিড পৰীক্ষাত পজিটিভ চিহ্নিত হয় জিলা উপায়ুক্তগৰাকী৷ ফলত উপায়ুক্ত গৰাকীক উন্নত চিকিৎসাৰ গুৱাহাটীলৈ প্ৰেৰণ কৰা হৈছে ৷ উল্লেখ্য যে তেখেতে নিৰ্বাচন আৰু কৰোনাক যথেষ্ট সক্ৰিয় ভূমিকা গ্ৰহণ কৰি আহিছে।

LEAVE A REPLY

Please enter your comment!
Please enter your name here