ভাৰতীয় জনতা পাৰ্টি, অসম প্রদেশৰ সংখ্যালঘু মৰ্চা ভংগ

0
10

ভাৰতীয় জনতা পাৰ্টি, অসম প্রদেশৰ সংখ্যালঘু মৰ্চা ভংগ

বৰপেটা-জাহোৰপাম, ৫ মে’: সদ্য সমাপ্ত অসম বিধানসভা নির্বাচন-২০২১ ত সংখ্যালঘু অধ্যুষিত অঞ্চলসমূহত ভাৰতীয় জনতা পার্টিয়ে নিম্নস্তৰৰ ভূমিকা প্রদর্শণ কৰিছে । উক্ত অঞ্চল সমূহত থকা দলৰ ২০ জনীয়া বুথ সমিতিতকৈ কম ভােট লাভ কৰা প্রত্যক্ষ কৰা হৈছে । সেয়েহে ভাৰতীয় জনতা পার্টি , অসম প্রদেশৰ সভাপতি ৰণজিৎ কুমাৰ দাসে পৰৱৰ্তী দেশ নােহােৱালৈকে তাৎক্ষনিকভাৱে বলবৎ হােৱাকৈ বৰ্তমানৰ ভাৰতীয় জনতা পার্টি , অসম প্ৰদেশৰ সংখ্যালঘু মৰ্চাৰ ৰাজ্যিক সমিতি , জিলা সমিতি আৰু মণ্ডল সমিতি সমূহক ভংগ কৰি দিছে ।

LEAVE A REPLY

Please enter your comment!
Please enter your name here