ধুবুৰীত জাল নোটসহ দুই যুবকক আটক , যুবক দুজনৰ জিম্মাৰ পৰা ১৩,৫০০ টকা উদ্ধাৰ

0
21

ধুবুৰীত জাল নোটসহ দুই যুবকক আটক , যুবক দুজনৰ জিম্মাৰ পৰা ১৩,৫০০ টকা উদ্ধাৰ

দুৰ্নীতিৰ দৰ্পণ সেৱা , ধুবুৰীৰ পৰা পাৰভেজুৰ ৰহমানৰ প্ৰতিবেদন,৪ মেঃ ধুবুৰী জিলাৰ ভাৰত-বাংলাদেশ সীমান্তৰ সুখচৰ আৰক্ষী থানাৰ অন্তৰ্গত ছালাপাৰা অঞ্চলৰ পৰা ছুলতান মাহমুদ (২৯) আৰু নিলোখিয়া অঞ্চলৰ পৰা সহিদুৰ ৰহমান(২১)আৰক্ষীয়ে আটক কৰে ধুবুৰী আৰক্ষীয়ে। এই যুবক দুজনৰ পৰা আৰক্ষীয়ে ১৩,৫০০ টকাৰ জাল নোট উদ্ধাৰ কৰে। বৰ্তমান যুৱক দুজনক ধুবুৰী সদৰ থানাত জেৰা চলাই আছে ধুবুৰী আৰক্ষীয়ে । আটকাধীন যুৱক দুজনক ধুবুৰী সদৰ থানাত আৰক্ষীয়ে চলাইছে জেৰা ।

LEAVE A REPLY

Please enter your comment!
Please enter your name here